অনলাইন চপিং

ৰাতিপুৱা শুই থাকোঁতেই হাজবেণ্ডলৈ ফোন
আহিল এমাজনৰ পৰা ‘আপোনাৰ পাৰ্ছেল এটা আছিল।’ বিছনাতে থকা পতিদেৱে কথাটো শুনিয়েই ‘নাই নাই, মই একো অৰ্ডাৰ কৰাই নাই। ৰং নাম্বাৰ।’

ডেলিভাৰী বয় ‘আছে আপোনাৰ এড্ৰেছতে আহিছে মেবিলিনৰ এটা নেইল পলিছ।’ ইফালে হাজবেণ্ডে কথাটো কোনোমতে মানি নলয় তৰ্ক কৰাত লাগিছে।

মইও সিহঁতৰ তৰ্ক বিতৰ্ক শুনি লাহেকৈ মাত দিলোঁ ‘আহিবলৈ দিয়া অ মইয়ে অৰ্ডাৰ কৰিছোঁ।’

মোৰ মাত শুনি সিফালে এজনে মাত লগাইছে ‘হৌৰা যি অৰ্ডাৰ কৰা কৰিবা অ, মোৰ একাউণ্টৰপৰাই কৰিবা খালী ফোন নাম্বাৰটো সলাই ল’বাচোন। সিহঁত কনফিউজদ্ হৈ যাব মই ল’ৰাই নে ছোৱালীয়েই।’

Rimjhim is a writer for multiple blogs including this one. She loves to travel, write, read and savior exquisite delicacies. She is into digital marketing, seo, literature.

SHARE ON:

Leave a comment

Your email address will not be published. Required fields are marked *